Class 10 Science Chapter 13 – Magnetic Effects of Electric Current (বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া) 📘 Full Chapter Explained in Assamese | HSLC 2026 | Let’s Approach Welcome to Let’s Approach! In this video, we provide a complete, easy-to-understand explanation of Class 10 Science Chapter 13: Magnetic Effects of Electric Current in Assamese. This lesson is designed specially for HSLC 2026 students to help you score full marks in Physics. ⏱ Timestamps :- 0:00 – আৰম্ভণি 01:38 – চুম্বক 07:35 – দিগদৰ্শন যন্ত্ৰ 11:36 – চৌম্বক ক্ষেত্ৰ 21:00 – চৌম্বক বলৰেখা 29:00 – চৌম্বক বলৰেখাৰ বৈশিষ্ট্য 38:28 – চৌম্বক ক্ষেত্ৰৰ শক্তি 40:01 – সুষম আৰু বিষম চৌম্বক ক্ষেত্ৰ 41:55 – দুডাল দণ্ড চুম্বকৰ মাজৰ চৌম্বক বলৰেখা 44:22 – কাৰ্য্যকলাপ – লোৰ গুড়িৰ দ্বাৰা বলৰেখা 47:43 – অ’ৰষ্টেডৰ আৱিষ্কাৰ 52:06 – প্রবাহযুক্ত পৰিবাহীৰ বাবে চৌম্বকক্ষেত্র 57:07 – পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্র 1:06:13 – মনত ৰাখিবলগীয়া কথা 1:08:21 – সোঁহাতৰ বুঢ়া-আঙুলি নীতি 1:15:51 – বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰবাহৰ বাবে চৌম্বক ক্ষেত্র 1:28:13 – প্রবাহৰ বাবে চ’লেনইডৰ কুণ্ডলীত চৌম্বক ক্ষেত্র 1:35:21 – চ’লেনইডৰ চৌম্বক ক্ষেত্ৰৰ শক্তি 1:38:25 -চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত বল 1:48:01 – ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম 1:53:11 – বৈদ্যুতিক মটৰ 2:23:48 – বাণিজ্যিক মটৰ 2:25:32 – বিদ্যুৎ চুম্বক 2:29:05 – বিদ্যুৎ চুম্বকৰ শক্তি 2:30:06 – মনত ৰাখিবলগীয়া কথা 2:32:45 – বিদ্যুৎ চুম্বকীয় আৱেশ 2:44:35 – গেলভেন’মিটাৰ 2:46:17 – ফ্লেমিঙৰ সোঁহতীয়া নিয়ম 2:52:48 – বৈদ্যুতিক জেনেৰেটৰ 3:05:36 – প্ৰবাহৰ প্ৰকাৰ 3:08:21 – ঘৰুৱা বৈদ্যুতিক বর্তনী 3:14:27 – সজীৱ আৰু উদাসীন তাঁৰৰ ভূমিকা 3:16:50 – ভূমি সংযোগী তাঁৰৰ ভূমিকা 3:19:39 – অভাৰলোডিং বা অত্যাধিক বোজা 3:25:25 – বৈদ্যুতিক ফিউজ 3:29:10 – সামৰণি